স্মৃতিশক্তি, বুদ্ধিমত্তা আৰু ৰুবিক্স কিউব

স্মৃতিশক্তি, বুদ্ধিমত্তা আৰু ৰুবিক্স কিউব

সাধাৰণতে পুতলা সামগ্ৰীৰ দোকান, উৎসৱ, পূজা-মেলা আদিত সহজতে কিনিবলৈ পোৱা ৰুবিক্স কিউবৰ বিষয়ে নজনা মানুহৰ সংখ্যা তেনেই কম । কণমানি শিশু এগৰাকীৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্ক ব্যক্তি এগৰাকীলৈ, সকলোৱে এই সামগ্ৰীবিধ খেলি আমোদ পায়, সেয়া হয়তো শিশুৰ বাবে ৰঙৰ খেলা, নতুবা...